News & Notification Detail

MoU between MUC and Directorate of Historical and Antiquarian Studies ,Govt. of Assam.

Memorandum of Understanding signed between the Majuli University of Culture and Directorate of Historical and Antiquarian Studies ,Government of Assam.

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ৰ মাজত আজি এক পাৰস্পৰিক বুজাবুজিৰ চুক্তি সম্পন্ন হয়। চুক্তিখনত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বড়াই আৰু বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালক ড° সংগীতা গগৈয়ে স্বাক্ষৰ প্ৰদান কৰে।